Related Scheme
Description
Sir মই নিযুত মইনা ৰ বাবে apply কৰিছিলোঁ মোৰ নাম টো লিষ্ট ও আছিল কিন্তু মোৰ নামৰ চেক মই নাপালোঁ মই offline form fill up কৰোঁতে ও সকলো শুদ্ধকৈ দিছিলোঁ আৰু smarth টো মোৰ সকলো details শুদ্ধ ভাবে দিয়া হৈছিল কিন্তু তথাপিও মই মোৰ নামৰ চেক খন নাপালোঁ । ইয়াৰ কাৰণে মই DC office লৈ ও এখন application লিখিলোঁ কিন্তু কোনো সুফল নাপালোঁ
Add new comment