Related Scheme
Description
মই নিযুত মইনা আঁচনি ফ্ৰম ফিল উপ কৰিছিলোঁ মোৰ সকলো documant শুদ্ধ আছিল আৰু samarth টো সকলো শুদ্ধ আছিল আৰু মোৰ লিষ্ট ত নাম ও আছিল কিন্তু মোৰ নামৰ চেক খন নাপালোঁ এই কাৰণে মই DC office লৈ এপ্লিকেচন এখন ও লিখি দিছিলোঁ কিন্তু কোনো সুফল নাপালোঁ
Add new comment