মেৰা বিল মেৰা অধিকাৰ আচঁনি

author
Submitted by shahrukh on Thu, 20/06/2024 - 14:48
চেণ্ট্ৰেল গভাৰমেণ্ট CM
Scheme Open
मेरा बिल मेरा अधिकार योजना लोगो।
Highlights
  • মেৰা বিল মেৰা আধিকাৰ আঁচনিত নিৰ্বাচিত ভাগ্যৱান বিজয়ীসকলে তলত উল্লেখ কৰা পুৰস্কাৰসমূহ লাভ কৰিব :-
    • ২ টা বাম্পাৰ পুৰস্কাৰ। ১ কোটি টকা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিজয়ীৰ নামত। (চতুৰ্থাংশ অনুসৰি)
    • ১০ টা পুৰস্কাৰ ১০,০০,০০০/- টকাৰ প্ৰতিখন ৰাজ্য/ কেন্দ্ৰীয় শাসিত (UT) প্ৰদেশৰ বাবে। (৩৬)
    • ৮০০ টা পুৰস্কাৰ ১০,০০০/- টকাকৈ প্ৰতিখন ৰাজ্য/কেন্দ্ৰীয় শাসিত (UT) প্ৰদেশৰ বাবে প্ৰদান কৰা হ'ব। (৩৬)
Customer Care
  • সামগ্ৰী আৰু সেৱা কৰ হেল্পলাইন নম্বৰ :- ১৮০০১০৩৪৭৮৬.
আচঁনিৰ অভাৰভিউ
আচঁনিৰ নাম মেৰা বিল মেৰা অধিকাৰ আচঁনি।
আৰম্ভনি ১ ছেপ্টেম্বৰ ২০২৩।
সুবিধাসমূহ নগদ পুৰস্কাৰ ১০,০০০/-ৰ পৰা ১ কোটি টকা।
হিতাধিকাৰি ভাৰতীয় নাগৰিক।
ন’ডেল বিভাগ বিত্ত মন্ত্ৰালয়।
চাবস্ক্ৰিপচন আঁচনিৰ নিয়মিত আপডেট পাবলৈ ইয়াত চাবস্ক্ৰাইব কৰক।
আৱেদন কৰাৰ প্ৰক্ৰিয়া

ভূমিকা

  • ভাৰতত সামগ্ৰী আৰু সেৱা কৰ কাৰ্যকৰী হোৱাৰ পিছত তেতিয়াৰ পৰা ভাৰত চৰকাৰৰ ৰাজহ বৃদ্ধি পায়।
  • কিন্তু ভাৰতৰ বেছিভাগ ঠাইতে নাগৰিক সকলে ব্যৱসায়ীৰ বা দোকানীৰ পৰা ক্ৰয়ৰ বিল লোৱা নাছিল বা ল’বলৈও কুণ্ঠাবোধ কৰে।
  • ভাৰত চৰকাৰে দোকানীসকলৰ পৰা জিএছটি (GST) বিল ল'বলৈ মানুহক উৎসাহিত কৰিবলৈ "মেৰা বিল মেৰা অধিকাৰ আঁচনি" নামৰ নতুন পদক্ষেপ গ্ৰহণ কৰে।
  • ভাৰত চৰকাৰে অহা ১ ছেপ্টেম্বৰ ২০২৩ তাৰিখে মেৰা বিল মেৰা অধিকাৰ আঁচনি আৰম্ভ কৰিবলৈ ওলাইছে।
  • এই আঁচনিখন আন কিছু নামেৰে জনা যায় যেনে- "মেৰা বিল মেৰা আধিকাৰ যোজনা" বা "মাই বিল মাই ৰাইট আঁচনি"।
  • মেৰা বিল মেৰা আধিকাৰ আঁচনিখন প্ৰাৰম্ভিকভাৱে ৩খন ৰাজ্য আৰু ৩খন কেন্দ্ৰীয় শাসিত অঞ্চলত পাইলট প্ৰকল্প হিচাপে ৰূপায়ণ কৰা হ'ব :-
    • হাৰিয়ানা
    • অসম।
    • গুজৰাটত ।
    • দাদাৰ আৰু নগৰ হাভেলী।
    • দমন আৰু দিউ।
    • পুডুচেৰী।
  • ইয়াৰ পিছত মেৰা বিল মেৰা আধিকাৰ আঁচনিখন আন ৰাজ্যসমূহলৈও সম্প্ৰসাৰিত কৰা হ'ব।
  • এতিয়া ভাৰত চৰকাৰে ১০,০০০/- টকাৰ পৰা ১ কোটি টকালৈকে নগদ পুৰস্কাৰ প্ৰদান কৰিব লাকি ড্ৰ'ৰ জৰিয়তে নিৰ্বাচিত হোৱা কেইজনমান ভাগ্যৱান বিজয়ীক।
  • ভাৰত চৰকাৰে প্ৰতিমাহে মেৰা বিল মেৰা আধিকাৰ আঁচনিৰ অধীনত ভাগ্যৱান বিজয়ীসকলক বাছনি কৰিব।
  • ২ বাম্পাৰ পুৰস্কাৰ ১ কোটি টকা ৰাষ্ট্ৰীয় পৰ্যায়ত নিৰ্বাচিত বিজয়ীক প্ৰদান কৰা হ'ব।
  • বাম্পাৰ প্ৰাইজটো তিনিমাহৰ মূৰে মূৰে দিয়া হব।
  • ১০ প্ৰাইজ ১০,০০,০০০/- টকাৰ পুৰস্কাৰ প্ৰদান কৰা হ'ব প্ৰতিখন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিজয়ীসকলক।
  • মেৰা বিল মেৰা আধিকাৰ আঁচনিৰ অধীনত ১০,০০০/- টকাৰ ৮০০টা পুৰস্কাৰ প্ৰতিখন ৰাজ্য/ কেন্দ্ৰীয়শাসিত প্ৰদেশৰ বিজয়ীসকলক প্ৰদান কৰা হ'ব।
  • প্ৰতিমাহৰ ১৫ তাৰিখে মেৰা বিল মেৰা আধিকাৰ আঁচনিৰ লাকি ড্ৰ' ঘোষণা কৰা হ'ব।
  • এই আঁচনিৰ পুৰস্কাৰ লাভ কৰিবলৈ হিতাধিকাৰীয়ে সামগ্ৰী আৰু সেৱা ক্ৰয় কৰাৰ সময়ত প্ৰতিবাৰেই জিএছটি (GST) বিল ল'ব লাগিব।
  • এতিয়া হিতাধিকাৰীয়ে জিএছটি (GST) বিলখন মেৰা বিল মেৰা আধিকাৰ প'ৰ্টেলত বা মেৰা বিল মেৰা আধিকাৰ ম'বাইল এপত আপলোড কৰিব লাগিব।
  • এজন হিতাধিকাৰীয়ে মাহেকত ২৫টা জিএছটি (GST) বিল আপলোড কৰিব পাৰিব।
  • প্ৰতিমাহৰ ১৫ তাৰিখে, বিজয়ীসকলক বাছনি কৰিবলৈ এক ভাগ্যবান ড্ৰ কৰা হ'ব।
  • মেৰা বিল মেৰা আদিকাৰ আঁচনিৰ বিজয়ীসকলক তেওঁলোকৰ ম'বাইল ফোনত এছএমএছৰ (SMS) জৰিয়তে অৱগত কৰা হ'ব।
  • মেৰা বিল মেৰা আধিকাৰ আঁচনিৰ অধীনত নগদ পুৰস্কাৰ লাভ কৰিবলৈ নিৰ্বাচিত বিজয়ীসকলৰ বাবে পান কাৰ্ড (PAN) বাধ্যতামূলক।
  • পুৰস্কাৰৰ ধনৰাশি প্ৰত্যক্ষভাৱে হিতাধিকাৰীৰ বেংক একাউণ্টত স্থানান্তৰ কৰা হ'ব।
    Mera Bill Mera Adhikaar Scheme Information

আঁচনিৰ সুবিধাসমূহ

  • মেৰা বিল মেৰা আধিকাৰ আঁচনিত নিৰ্বাচিত ভাগ্যৱান বিজয়ীসকলে তলত উল্লেখ কৰা পুৰস্কাৰসমূহ লাভ কৰিব :-
    • ২ টা বাম্পাৰ পুৰস্কাৰ। ১ কোটি টকা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিজয়ীৰ নামত। (চতুৰ্থাংশ অনুসৰি)
    • ১০ টা পুৰস্কাৰ ১০,০০,০০০/- টকাৰ প্ৰতিখন ৰাজ্য/ কেন্দ্ৰীয় শাসিত (UT) প্ৰদেশৰ বাবে। (৩৬)
    • ৮০০ টা পুৰস্কাৰ ১০,০০০/- টকাকৈ প্ৰতিখন ৰাজ্য/কেন্দ্ৰীয় শাসিত (UT) প্ৰদেশৰ বাবে প্ৰদান কৰা হ'ব। (৩৬)
Mera Bill Mera Adhikaar Scheme Benefits

যোগ্যতা

  • ভাৰত চৰকাৰে মেৰা বিল মেৰা আধিকাৰ আঁচনিৰ সুবিধা লাভৰ বাবে নিম্নলিখিত যোগ্যতাৰ চৰ্তসমূহ উল্লেখ কৰিছে :-
    • হিতাধিকাৰী এজন ভাৰতীয় নাগৰিক হ'ব লাগিব।
    • হিতাধিকাৰীৰ হাতত এটা বৈধ বি-টু-চি (B2C) জিএছটি (GST) বিল থাকিব লাগিব।
    • চালানৰ ধনৰাশি ২০০/- টকাতকৈ অধিক হ'ব লাগিব।.
    • বিটুচি (B2C) জিএছটি (GST) বিলত নিম্নলিখিত বিৱৰণ থাকিব লাগিব :-
      • যোগানদাতাৰ জিএছটি নম্বৰ।
      • চালান নম্বৰ।
      • টেক্সৰ পৰিমাণ।
      • বিলৰ মুঠ পৰিমাণ।
      • প্ৰাপকৰ নাম।

প্ৰয়োজনীয় প্ৰমাণপত্ৰ

  • মেৰা বিল মেৰা আধিকাৰ আঁচনিৰ সুবিধা লাভৰ বাবে ৰেজিষ্ট্ৰেচনৰ সময়ত তলত উল্লেখ কৰা নথিপত্ৰসমূহ প্ৰয়োজন :-
    • ম'বাইল নম্বৰ (আবশ্যকীয়)
    • ভাৰতৰ যিকোনো চৰকাৰে জাৰি কৰা পৰিচয় প্ৰমাণ পত্ৰ।
    • মূল জিএছটি বিল।
    • পান কাৰ্ড।
    • বেংক একাউণ্টৰ ডিটেলছ।

কেনেকৈ আৱেদন কৰিব

  • মেৰা বিল মেৰা আধিকাৰ আঁচনিৰ বাবে আবেদন প্ৰক্ৰিয়া অতি সহজ।
  • হিতাধিকাৰীসকলে তেওঁলোকৰ জিএছটি বিল দুটা পদ্ধতিৰে আপলোড কৰিব পাৰে।
  • প্ৰথমটো পদ্ধতি হ'ল মেৰা বিল মেৰা আধিকাৰ আঁচনিৰ অফিচিয়েল পৰ্টেলৰ জৰিয়তে।
  • আৰু দ্বিতীয়টো পদ্ধতি হ'ল মেৰা বিল মেৰা আধিকাৰ আঁচনিৰ মোবাইল এপৰ জৰিয়তে।
  • মেৰা বিল মেৰা আধিকাৰ আঁচনিৰ অফিচিয়েল পৰ্টেলৰ জৰিয়তে বিল আপলোড কৰিবলৈ হিতাধিকাৰীয়ে পৰ্টেললৈ যাব লাগিব।
  • প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে ৰেজিষ্ট্ৰেচন বাধ্যতামূলক।
  • মেৰা বিল মেৰা আধিকাৰ আঁচনিৰ ৰেজিষ্ট্ৰেচন ফৰ্মত নিম্নলিখিত তথ্যসমূহ সন্নিৱিষ্ট কৰিব লাগিব :-
    • প্ৰথম নাম।
    • মধ্যম নাম।
    • শেষৰ নাম।
    • ম'বাইল নম্বৰ।
    • ৰাজ্য নাম।
  • কণ্টিনিউ ত ক্লিক কৰক, পৰ্টেলত ওটিপি (OTP) প্ৰেৰণ কৰি হিতাধিকাৰীৰ নম্বৰটো পৰীক্ষা কৰা হ'ব।
  • ওটিপি (OTP) ভেৰিফিকেশন পিছত উপভোক্তাই মেৰা বিল মেৰা আধিকাৰ আঁচনিৰ অধীনত সফলতাৰে ৰেজিষ্টাৰ হ'ব।
  • ৰেজিষ্টাৰ ম'বাইল নম্বৰৰ সৈতে মেৰা বিল মেৰা আধিকাৰ আঁচনিৰ সৈতে লগইন কৰক।
  • প'ৰ্টেলত লগইনৰ সময়ত ওটিপি (OTP) ভেৰিফিকেচনৰ জৰিয়তে হিতাধিকাৰীৰ ম'বাইল নম্বৰ পুনৰ পৰীক্ষা কৰা হ'ব।
  • ওটিপি (OTP) ভেৰিফিকেচনৰ পিছত, তলত উল্লেখ কৰা উইণ্ডোখন স্ক্ৰীণত খুলিব।
    Mera Bill Mera Adhikaar Yojana Upload Example
  • জিএছটি (GST) বিলখন মেৰা বিল মেৰা আধিকাৰ পৰ্টেলত আপলোড কৰিবলৈ আপলোড ইনভয়েছত ক্লিক কৰক।
  • হিতাধিকাৰীয়ে মাহেকত সৰ্বাধিক ২৫টা জিএছটি (GST) বিল আপলোড কৰিব পাৰিব।
  • আন এটা পদ্ধতি হ'ল জিএছটি বিলসমূহ মেৰা বিল মেৰা আধিকাৰ যোজনা ম'বাইল এপৰ জৰিয়তে আপলোড কৰা।
  • মেৰা বিল মেৰা আধিকাৰ আঁচনিৰ ম'বাইল এপ গুগল প্লে' ষ্ট'ৰৰ লগতে এপল প্লে' ষ্ট'ৰত উপলব্ধ আছে।
  • মোবাইল এপটো ডাউনলোড কৰক।
  • ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াটো অফিচিয়েল পৰ্টেলৰ দৰে একেই।
  • ৰেজিষ্ট্ৰেচনৰ পিছত, এপটোত প্ৰৱেশ কৰক আৰু মেৰা বিল মেৰা আধিকাৰ আঁচনিৰ অধীনত জিএছটি (GST) বিল আপলোড কৰক।
  • মেৰা বিল মেৰা আধিকাৰ আঁচনিৰ অধীনত প্ৰতি মাহৰ ১৫ তাৰিখে ভাগ্যৱান বিজয়ীসকলৰ তালিকা প্ৰকাশ কৰা হ'ব।

গুৰুত্বপূৰ্ণ সংযোগসমূহ

যোগাযোগ বিৱৰণ

  • সামগ্ৰী আৰু সেৱা কৰ হেল্পলাইন নম্বৰ :- ১৮০০১০৩৪৭৮৬.

Do you have any question regarding schemes, submit it in scheme forum and get answers:

Feel free to click on the link and join the discussion!

This forum is a great place to:

  • Ask questions: If you have any questions or need clarification on any aspect of the topic.
  • Share your insights: Contribute your own knowledge and experiences.
  • Connect with others: Engage with the community and learn from others.

I encourage you to actively participate in the forum and make the most of this valuable resource.

Comments

sab state me ku nahi ho rhi…

Comment

sab state me ku nahi ho rhi start

Mera bill Mera adhikar yojana

Comment

Sir main nagpur Maharashtra se hu mera mobile no 9405976xxx hai mere is no pe login nahi ho raha

himachal me kab se shuru hogi

Comment

himachal me kab se shuru hogi

bill 1 sptember se h upload…

Comment

bill 1 sptember se h upload honge kya mera bill mera adhikar yojana me?

bill upload krte huwe error…

Comment

bill upload krte huwe error aa rha hai

poore india me ku implement…

Comment

poore india me ku implement nahi ki ja rhi hai mera bill mera adhikar yojana

mera bill mera adhikar…

Comment

mera bill mera adhikar scheme is real or fake

mera bill mera adhikar…

Comment

mera bill mera adhikar yojana app work not properly

mera bill mera adhikar…

Comment

mera bill mera adhikar scheme in english

poore desh me ku lagu nahi…

Comment

poore desh me ku lagu nahi ki gayi hai?

In reply to by MORYA RAJU CHH… (not verified)

Lucky draw

Bill

Comment

Gst

mera bill mera adhikar states

Comment

mera bill mera adhikar states

mera bill mera adhikaar…

Comment

mera bill mera adhikaar scheme online registration

mera bill mera adhikaar…

Comment

mera bill mera adhikaar yojana me puraskaro ka vitran kese kiya jayega

sirf un rajyon ke liye shuru…

Comment

sirf un rajyon ke liye shuru ki mera bill mera adhikar jahan chunao hone hai

is it mandatory to upload…

Comment

is it mandatory to upload GST Bill of more than Rs.. 200 in mera bill mera adhikaar scheme

Mera bill mera adikear app

Comment

I am R J Venkatesh my state is Telgana
I am subimit but not approval kanu plz my state long this app

Sign in problm

Comment

Sir mene account me naam me correction nhi ho rha tha to mene account delete kr diya . Or abhi same mobile number se account create nhi kr pa rhi hu so what can I do

Sign in problm

Comment

I m from Gujarat. Mere account me naam correction nhi ho rha tha so mene account dlt kr diya so same mobile number se sine up nhi ho rha h . What can I do ?

mera bill mera adhikar…

Comment

mera bill mera adhikar yojana state list in which this scheme is currentyl running

Telangana

Comment

👌🙏Telangana ఈ ఐడియా నాకు ముందే వచ్చింది ఈ ఐడియా అమల్ లోకి తెచ్చినందుకు చాలా సంతోషిస్తున్నాను చిన్న రిక్వెస్ట్ ప్రైజ్ మనీ అంకెలు పెంచండి మేరా బిల్ మేరా అధికార్ ఐడియా నుంచి గవర్నమెంట్ కి ఎక్కువ డబ్బు కేంద్రీకృతం అవుతుంది సరైన జీఎస్టీ కడితే దేశం అభివృద్ధి చెందుతుంది అవినీతి ఉండదు All india లో త్వరగా చేయండి👍🇮🇳

Mera bill mera adhikar

Comment

Lucky Winners under Mera Bill Mera Adhikaar Scheme will be released on 15th of every month.
What about winners list ?

mera bill mera adhikar draw…

Comment

mera bill mera adhikar draw date

Winners ka nam kaha pe dekhe

Comment

Please inform to me how to check winner name.
My mobile number 92284293xx
Mail ID Shaileshp_211080@yahoo.com

won rewards but not recived cash prize

Comment

i have won rewards invoice acknowledgement number - 23092410002xxxx , but i not recived cash prize

winners list of mera bill…

Comment

winners list of mera bill mera adhikaar scheme

winners ki list kahan se…

Comment

winners ki list kahan se milegi mera bill mera adhikar scheme ki

List of winners

Comment

I did not find the list of winner where should I got it

Unable to signup

Comment

This mobile number is deleted, you can't sign up
How to resolve this ?

winners list of January 2024

is this closed

Your Name
sooraj
Comment

is this closed

Add new comment

Plain text

  • No HTML tags allowed.
  • Lines and paragraphs break automatically.