Add new comment

Electrician

Comment

মাননীয় মহোদয় আমি টকাৰ অসুবিধাৰ বাবে আমি 1980 পৰা 1999চনলৈ জন্ম গ্ৰহণ কৰা গাওঁৰ লৰা ছোৱালী বোৰ সেই সময়ত বহুত নাতনি হৈছিল ,টকাৰ অভাৱত আমি বহুত পঢ়িব নোৱাৰিলেও কিবাকৰি নৱম শ্ৰেণীৰ উৰ্ত্তীন্ন হৈ একো এটা চৰকাৰী সুবিধাৰ যোগ্য হব পৰা নাই আৰু ভবিষ্যতৰ বাবে অভাৱীয় আমি লৰা ছোৱালী বোৰে একো এটা সুবিধাৰ যোগ্য নহৱ ছাগে মাননীয় মহোদয়?

Plain text

  • No HTML tags allowed.
  • Lines and paragraphs break automatically.