arundhuti gold scheme Your Name DULUMONI DAS Comment Dear sir, মই যোৱা 20/12/2021 ত Arundhati gold scheme ৰ Apply কৰিছো। SRO আৰু IGR verification Successful হৈছে। কিন্তু বৰ দুখৰ বিষয় যে এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা টকা খিনি সোমোৱা নাই। গতিকে চৰকাৰক অনুৰোধ কৰিছো যে আপোনাৰ সহায় খিনি অতি সোনকালে release কৰি দি আমাৰ উপকাৰ কৰে যেন। ধন্যবাদ। My application no. Kam- 24502 Reply
Dear sir,
মই যোৱা 20/12/2021 ত Arundhati gold scheme ৰ Apply কৰিছো। SRO আৰু IGR verification Successful হৈছে। কিন্তু বৰ দুখৰ বিষয় যে এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা টকা খিনি সোমোৱা নাই।
গতিকে চৰকাৰক অনুৰোধ কৰিছো যে আপোনাৰ সহায় খিনি অতি সোনকালে release কৰি দি আমাৰ উপকাৰ কৰে যেন। ধন্যবাদ।
My application no. Kam- 24502