Add new comment

Dear sir, মই যোৱা ১২/১২…

Comment

Dear sir,
মই যোৱা ১২/১২/২০২২ ত Arundhati gold scheme ৰ Apply কৰিছো। SRO আৰু IGR ৰ ফালৰ পৰা ০৩/০৪/২০২৩ ত verification Successful হৈছে। কিন্তু বৰ দুখৰ বিষয় যে এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা টকা খিনি সোমোৱা নাই।
গতিকে চৰকাৰক অনুৰোধ কৰিছো যে আপোনাৰ সহায় খিনি অতি সোনকালে release কৰি দি আমাৰ উপকাৰ কৰে যেন। ধন্যবাদ।
My application no. Sou- 36490

Plain text

  • No HTML tags allowed.
  • Lines and paragraphs break automatically.