ORUNADAI SCHEME/ MEDICAL HELP Comment নমস্কাৰ মহাশয় মোৰ আজি প্ৰায় কেইবাবছৰৰ পৰা হৃদৰোগত আক্ৰান্ত হৈ আছো মই অলপ সহায়ৰ কাৰণে অসম চৰকাৰৰ অভিলাসী আচঁনিৰ আৰোগ্য নিধি আচঁনিৰ প্ৰ-পত্ৰবোৰ জমা দিছিলো আমাৰ ওচৰৰ ভিচিডিচি চেয়াৰমেন জনৰ হাতত কিন্তু একো খবৰ নাই আনহাতে অৰুণোদয় আঁচনি টোৰ পৰা ও বঞ্চিত হৈছোঁ। কিবা অলপ সহায় কৰিব বুলি আশা কৰিলো নাম বৰ্ণালী বৈশ্য গাওঁ পলোকাটা জিলা বাক্সা পিন 781344 789674xxxx অৰুণোদয় আঁচনি টোত কিয় নামটো নুশুমাই নথি-পত্ৰ বোৰ দি আছো দুষ্ট চক্ৰৰ বাবে কাৰ্যকৰী নহয় Please help me Reply
নমস্কাৰ মহাশয়
মোৰ আজি প্ৰায় কেইবাবছৰৰ পৰা হৃদৰোগত আক্ৰান্ত হৈ আছো মই অলপ সহায়ৰ কাৰণে অসম চৰকাৰৰ অভিলাসী আচঁনিৰ আৰোগ্য নিধি আচঁনিৰ প্ৰ-পত্ৰবোৰ জমা দিছিলো আমাৰ ওচৰৰ ভিচিডিচি চেয়াৰমেন জনৰ হাতত কিন্তু একো খবৰ নাই আনহাতে অৰুণোদয় আঁচনি টোৰ পৰা ও বঞ্চিত হৈছোঁ।
কিবা অলপ সহায় কৰিব বুলি আশা কৰিলো
নাম বৰ্ণালী বৈশ্য
গাওঁ পলোকাটা
জিলা বাক্সা
পিন 781344
789674xxxx
অৰুণোদয় আঁচনি টোত কিয় নামটো নুশুমাই নথি-পত্ৰ বোৰ দি আছো দুষ্ট চক্ৰৰ বাবে কাৰ্যকৰী নহয়
Please help me