Orunodoi 3.0

Related Scheme
Description
মই অৰুণোদয় আঁচনিৰ বাবে কাগজপত্ৰ দিছিলোঁ, কিন্তু বহুত দিন হৈ গল প্ৰায় ১বছৰ হল, আজিলৈকে মই অৰুণোদয় কোনো ধৰণৰ আঁচনি পোৱা নাই। সেইকাৰণে কৈছোঁ, অতি সোনকালে মোৰ কামখিনি কৰি দিয়ক।

Add new comment

Plain text

  • No HTML tags allowed.
  • Lines and paragraphs break automatically.