মই অৰুণাদয় আঁচনি পোৱা নাই

Related Scheme
Description
বিষয়:- অৰুনোদয় আচনি নোপোৱাৰ বাবে আবেদন । মই বীণা চহৰীয়া মই মে মাহৰ পৰা অৰুনোদয় আচনিৰ টকা পোৱা নাই মশাশয় মই বীণা চহৰীয়া . মই দৰং জিলাৰ লোঞাই পন্ব্সায়তৰ ঘাৰোৱা সোণাপুৰ গাঁওৰ বাসিন্দা হয়.মই মে মাহৰ পৰা অৰুনোদয় আচনিৰ টকা পোৱা নাই.সেযেহে মহাশয় মোৰ আচনিৰ টকা পোৱাৰ বেৱস্স কৰি দিযে যেন

Add new comment

Plain text

  • No HTML tags allowed.
  • Lines and paragraphs break automatically.