অসমৰ মুখ্যমন্ত্ৰীৰ বিনামূলীয়া ডায়েগনষ্টিক সেৱা কাৰ্যসূচী

author
Submitted by shahrukh on Thu, 02/05/2024 - 13:14
অসম CM
Scheme Open
Highlights
  • অসম চৰকাৰৰ মুখ্যমন্ত্ৰী বিনামূলীয়া ডায়েগনষ্টিক সেৱা কাৰ্যসূচীৰ অধীনত যোগ্য হিতাধিকাৰীসকলক তলত দিয়া সুবিধাসমূহ প্ৰদান কৰা হ'ব :-
    • বিনামূলীয়া চিটি স্কেন সেৱা।
    • বিনামূলীয়া এক্স-ৰে সেৱা।
    • বিনামূলীয়া পৰীক্ষাগাৰ সেৱা যেনে- ৰক্ত পৰীক্ষা, ইমেজিং স্কেন ইত্যাদি।
Customer Care
  • অসম স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ হেল্পডেস্ক ইমেইল :-
    • hlahealthassam@gmail.com.
    • hlbhealthassam@gmail.com.
আচঁনিৰ অভাৰভিউ
আচঁনিৰ নাম অসমৰ মুখ্যমন্ত্ৰীৰ বিনামূলীয়া ডায়েগনষ্টিক সেৱা কাৰ্যসূচী।
আৰম্ভনি ১১ মে ২০১৭।
সুবিধা
  • বিনামূলীয়া চিটি স্কেন সেৱা।
  • বিনামূলীয়া এক্স-ৰে সেৱা।
  • বিনামূলীয়া লেবৰেটৰী সেৱা।
হিতাধিকৰি অসমৰ জনসাধাৰণ।
ন'ডেল বিভাগ অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ।
চাবস্ক্ৰাইব আচঁনি নিয়মীয়াকৈ আপডেট লাভ কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীৰ বিনামূলীয়া ডায়েগনষ্টিক সেৱা কাৰ্যসূচী চাবস্ক্ৰাইব কৰক।
কেনেকৈ আৱেদন কৰিব চৰকাৰী চিকিৎসালয় বা অনুমোদিত ৰোগ নিৰ্ণয় কেন্দ্ৰলৈ যাব লাগিব।

ভূমিকা

  • মুখ্যমন্ত্ৰী বিনামূলীয়া ডায়েগনষ্টিক সেৱা কাৰ্যসূচী হৈছে অসমৰ জনসাধাৰণৰ বাবে অসম চৰকাৰৰ স্বাস্থ্যসেৱা কাৰ্যসূচী।
  • ২০১৭ চনৰ ১১ মে'ত ইয়াক আৰম্ভ কৰা হৈছিল।
  • মুখ্যমন্ত্ৰী বিনামূলীয়া ডায়েগনষ্টিক সেৱা কাৰ্যসূচী মূল উদ্দেশ্য হৈছে বিনামূলীয়াকৈ অসমৰ জনসাধাৰণক উন্নত মানৰ ৰোগ নিৰ্ণয় সেৱা প্ৰদান কৰা।
  • এই আঁচনিৰ ন'ডেল বিভাগ হল অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ।
  • অসমৰ মুখ্যমন্ত্ৰী বিনামূলীয়া ডায়েগনষ্টিক সেৱা কাৰ্যসূচীৰ অধীনত অসম চৰকাৰে তলত উল্লেখ কৰা ৰোগৰ সেৱা বিনামূলীয়াকৈ প্ৰদান কৰিব :-
    • বিনামূলীয়া চিটি স্কেন সেৱা।
    • বিনামূলীয়া এক্স-ৰে সেৱা।
    • বিনামূলীয়া পৰীক্ষাগাৰ সেৱা যেনে- ৰক্ত পৰীক্ষা, ইমেজিং স্কেন ইত্যাদি।
  • কোনো ব্যক্তিৰ পৰা তেওঁলোকৰ আয়ৰ ওপৰত নিৰ্ভৰ কৰি কোনো ধন লোৱা নহ'ব।
  • মুখ্যমন্ত্ৰী বিনামূলীয়া ডায়েগনষ্টিক সেৱা কাৰ্যসূচীৰ অধীনত অসমৰ প্ৰতিজন লোকে এপিএল (APL) বা বিপিএল (BPL)  হওক বিনামূলীয়া ৰোগ নিৰ্ণয় সেৱা লাভ কৰিবলৈ যোগ্য হব।
  • এই আঁচনিৰ অধীনত ৫৬ টাতকৈ অধিক লেবৰেটৰী পৰীক্ষাৰ সংখ্যা উপলব্ধ।
  • মুখ্যমন্ত্ৰী বিনামূলীয়া ডায়েগনষ্টিক সেৱা কাৰ্যসূচীৰ অধীনত এইচএলএল (HLL) লাইফকেয়াৰ লিমিটেডে সেৱা আগবঢ়াইছে।
  • এতিয়ালৈকে এই আঁচনিৰ অধীনত ৬৪ লাখতকৈও অধিক ৰোগীয়ে বিনামূলীয়াকৈ ৰোগৰ চিকিৎসাৰ সুবিধা লাভ কৰিছে।
  • বিনামূলীয়া ৰোগ চিকিসাৰ সেৱাৰ সুবিধা লাভ কৰিবলৈ হিতাধিকাৰীয়ে যিকোনো চৰকাৰী চিকিৎসালয় বা অনুমোদিত ৰোগ নিৰ্ণয় কেন্দ্ৰলৈ নিম্নলিখিত যিকোনো পৰিচয় প্ৰমাণপত্ৰৰ সৈতে যাব লাগিব :-
    • অসমৰ বাসস্থান।
    • ভোটাৰ কাৰ্ড।
    • আধাৰ কাৰ্ড।
    • ড্ৰাইভিং লাইচেন্স।

সুবিধাসমূহ

  • অসম চৰকাৰৰ মুখ্যমন্ত্ৰী বিনামূলীয়া ডায়েগনষ্টিক সেৱা কাৰ্যসূচীৰ অধীনত যোগ্য হিতাধিকাৰীসকলক তলত দিয়া সুবিধাসমূহ প্ৰদান কৰা হ'ব :-
    • বিনামূলীয়া চিটি স্কেন সেৱা।
    • বিনামূলীয়া এক্স-ৰে সেৱা।
    • বিনামূলীয়া পৰীক্ষাগাৰ সেৱা যেনে- ৰক্ত পৰীক্ষা, ইমেজিং স্কেন ইত্যাদি।

যোগ্যতাৰ চৰ্তসমূহ

  • হিতাধিকাৰী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব।
  • সকলো বয়সৰ উপভোক্তাই এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰে।

প্ৰয়োজনীয় নথিপত্ৰ

  • যিকোনো এখন বাসস্থানৰ প্ৰমাণপত্ৰ :-
    • অসমৰ বাসস্থান।
    • ভোটাৰ কাৰ্ড।
    • আধাৰ কাৰ্ড।
    • ড্ৰাইভিং লাইচেন্স।
  • ডাক্তৰৰ পৰা মেডিকেল প্ৰেছক্ৰিপচন যত ডায়েগনষ্টিক টেষ্ট প্ৰেছক্ৰিপচন নিৰ্ধাৰিত কৰা হয়।

কেনেদৰে আবেদন কৰিব

  • অসম চৰকাৰৰ মুখ্যমন্ত্ৰী বিনামূলীয়া ডায়েগনষ্টিক সেৱা কাৰ্যসূচীৰ সুবিধা লাভ কৰিবলৈ হিতাধিকাৰীয়ে কোনো ঠাইত আবেদন কৰাৰ প্ৰয়োজন নাই।
  • হিতাধিকাৰীসকলে তলত উল্লেখ কৰা স্থানসমূহলৈ গৈ বিনামূলীয়াকৈ এক্স-ৰে, চিটি স্কেন আৰু লেবৰেটৰী সেৱা লাভ কৰিব পাৰে :-
    • জিলা চিকিৎসালয়।
    • চৰকাৰী সাহায্যপ্ৰাপ্ত চিকিৎসালয়।
    • চৰকাৰী এমপেনেল্ড চিকিৎসালয়।
    • পাবলিক হেলথ চেন্টাৰ।
    • কমিউনিটি হেলথ চেন্টাৰ।
    • অনুমোদিত ৰোগ নিৰ্ণয় কেন্দ্ৰসমূহ।
  • এপ্লিকেচন ফৰ্মখন পূৰণ কৰক আৰু প্ৰয়োজনীয় নথিপত্ৰসমূহ যুক্ত কৰক।
  • প্ৰাৰম্ভিক পৰীক্ষণৰ পিছত, বিনামূলীয়া ৰোগ নিৰ্ণয় পৰীক্ষা কৰা হ'ব যাৰ বাবে ৰোগীয়ে কোনো মূল্য দিব নালাগে।

গুৰুত্বপূৰ্ণ লিংক

যোগাযোগৰ বিৱৰণ

  • অসম স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ হেল্পডেস্ক ইমেইল :-
    • hlahealthassam@gmail.com.
    • hlbhealthassam@gmail.com.
  • অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ,
    প্ৰতিষ্ঠান শাখা (স্বাস্থ্য-A আৰু স্বাস্থ্য-B),
    ব্লক ডি (গ্ৰাউণ্ড ফ্লৰ), অসম সচিবালয়,
    দিছপুৰ, গুৱাহাটী,
    ৭৮১০০৬.

Do you have any question regarding schemes, submit it in scheme forum and get answers:

Feel free to click on the link and join the discussion!

This forum is a great place to:

  • Ask questions: If you have any questions or need clarification on any aspect of the topic.
  • Share your insights: Contribute your own knowledge and experiences.
  • Connect with others: Engage with the community and learn from others.

I encourage you to actively participate in the forum and make the most of this valuable resource.

Matching schemes for sector: Health

Sno CM Scheme Govt
1 অসম আৰোগ্য নিধি আঁচনি অসম

Matching schemes for sector: Health

Sno CM Scheme Govt
1 Pradhan Mantri Matru Vandana Yojana চেণ্ট্ৰেল গভাৰমেণ্ট
2 Ayushman Bharat-Pradhan Mantri Jan Arogya Yojana (PM-JAY) চেণ্ট্ৰেল গভাৰমেণ্ট
3 Pradhan Mantri Bhartiya JanAushadhi Pariyojana (PMBJP) চেণ্ট্ৰেল গভাৰমেণ্ট
4 Integrated Child Development scheme চেণ্ট্ৰেল গভাৰমেণ্ট
5 Janani Suraksha Yojana চেণ্ট্ৰেল গভাৰমেণ্ট

Add new comment

Plain text

  • No HTML tags allowed.
  • Lines and paragraphs break automatically.