Related Scheme
Description
মহোদয়, নমস্কাৰ গ্ৰহণ কৰিব। মাজুলী জিলাৰ দক্ষিণ কমলাবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত এটি দুখীয়া পৰিয়ালৰ মহিলা শ্ৰী জুনু বৰুৱা (স্বামী মনি বৰুৱা) ৰ নামটো অৰুণোদই আঁচনিৰ পৰা কাটি দিয়া হৈছে। কি কাৰণে কাটি দিয়া হল পঞ্চায়ত কাৰ্যালয় আৰু আয়ুক্ত কাৰ্যালয়ত খবৰ কৰিও জানিব পৰা নগল। আপোনালোকৰ যোগেদি বিষয়টিৰ এটি সমাধান পাম বুলি আশা কৰিলো। ধন্যবাদ
Add new comment